New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dangor-khobr-24.jpg)
-
মহানগৰীৰ চানমাৰি কৃষ্ণ নগৰত এজন ব্যক্তিৰ মৃত্যুক লৈ ৰহস্য।
-
চাংগো এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ।
-
মৃত লোকজনৰ নাম মনজিৎ সিং বুলি জানিব পৰা গৈছে।
-
লোকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।