/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e9045391-0f90-46d1-a2c8-503aa2da42a1/111.jpg)
-
নিশা মহানগৰীত বন্দুকধাৰীৰ দপদপনি
-
ধন দাবী চাৰিচকীয়া বাহনত অহা বন্দুকধাৰী দুৰ্বৃত্তৰ
-
হাতীগাঁও চাৰিআলিৰ সমীপত সংঘটিত এই ঘটনা
-
১০ লাখ টকা দাবী কৰিছিল ছফিকুল আহমেদ নামৰ যুৱকজনক
-
ধন নিদিয়াৰ বাবে দুই যুৱকক প্রহাৰ দুৰ্বৃত্তৰ
-
আনজন যুৱকৰ নাম খাইৰুল হুছেইন
-
ৰমজান আলী ওৰফে চাহিল খানৰ নামৰ এজনৰ বিৰুদ্ধে এই অভিযোগ
-
ঘটনা সন্দৰ্ভত হাতীগাঁও থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ