প্ৰতীকি ফটো
Published on:
Updated on:
- মহানগৰীত মুকলি কৰা হ'ল ১৭টা জৈৱিক শৌচালয় আৰু ২০টা ৱাটাৰ এটিএম।
- গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চৌহদত মুকলি কৰা হয় এই ৱাটাৰ এটিএম।
- স্মাৰ্ট চিটীৰ অংশ হিচাপে ৱাটাৰ এটিএম কেইটা মুকলি কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
- মহানগৰীৰ বিভিন্ন ৰাজহুৱা স্থানত নিৰ্মাণ কৰা হৈছে শৌচালয় আৰু ৱাটাৰ এটিএমসমূহ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in