নিশা মহানগৰীৰ ৰাজপথত অস্ত্রধাৰী যুৱকৰ সন্ত্রাস

নিশা মহানগৰীৰ ৰাজপথত অস্ত্রধাৰী যুৱকৰ সন্ত্রাস। বিলাসী বাহনত উঠি পিষ্টল দেখুৱাই যুৱকৰ উদ্ভণ্ডালি।

author-image
Asomiya Pratidin
New Update
image (36)
  • নিশা মহানগৰীৰ ৰাজপথত অস্ত্রধাৰী যুৱকৰ সন্ত্রাস
  • বিলাসী বাহনত উঠি পিষ্টল দেখুৱাই যুৱকৰ উদ্ভণ্ডালি
  • গণেশগুৰিৰ উৰণ সেঁতুৰ তলত  সংঘটিত এই ঘটনা
  • উচ্চ স্বৰত মিউজিক বজাই বিলাসী বাহনত গৈছিল যুৱকজন 
  • সামাজিক মাধ্যমত যুৱকজনে আপলোড কৰিছিল এই ভিডিঅ'

গণেশগুৰি