মহাষ্টমীৰ দিনাই মহানগৰীত শোকাৱহ ঘটনা, দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে এজনক

মহাষ্টমীৰ দিনাই মহানগৰীত শোকাৱহ ঘটনা, দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে এজনক

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • দুৰ্গা পূজাৰ আনন্দ-উলাহৰ মাজতে মহানগৰীত পথ দুৰ্ঘটনা।
  • বশিষ্ঠ চাৰিআলিত এখন ট্ৰাকে মহতিয়ালে এজন লোকক।
  • দুৰ্ঘটনাত নিহত হয় লোকজন।
  • পথ পাৰ হোৱা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।
  • ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আটক কৰে ট্ৰাক চালকজনক।
  • বৰ্তমানলৈ জানিব পৰা হোৱা নাই নিহত লোকজনৰ পৰিচয়।