Published on:
Updated on:
- মহানগৰীৰ সাতমাইলত পথ দুৰ্ঘটনা।
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২ বাইক আৰোহী।
- দ্ৰুতবেগী মিনি ট্ৰাকে মহতিয়ালে বাইক আৰোহীক।
- জানিব পৰা হোৱা নাই গুৰুতৰভাৱে আহত ২জনৰ পৰিচয়।
- ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বহু সময় পৰি থাকে আহত লোক ২জন।
- খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত উপস্থিত নহ'ল মৃত্যুঞ্জয় ১০৮।
- পাছত স্থানীয় ৰাইজে দুয়োকে প্ৰেৰণ কৰে হাস্পতাললৈ।
- দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকৰ চালক-হেণ্ডিমেনক আটক কৰিছে আৰক্ষীয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in