Published on:
Updated on:
- চানমাৰী থানাৰ সমীপত ব্যাপক প্ৰতিবাদ।
- থানাৰ সমীপতে গৈ প্ৰতিবাদকাৰীয়ে দিলে আৰক্ষী মুৰ্দাবাদ ধ্বনি।
- প্ৰতিবাদকাৰী বাধা দিব পৰা নাই আৰক্ষী।
- প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিব নোৱাৰি নীৰৱ দৰ্শক আৰক্ষী।
- শ শ প্ৰতিবাদকাৰী সমবেত হৈছে চানমাৰীৰ উৰণীয়া সেতুৰ সমীপত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in