চানমাৰী আৰক্ষীৰ সফল অভিযান, ২.৪০ লাখ টকাসহ গ্ৰেপ্তাৰ ৩ জনক…

চানমাৰী আৰক্ষীৰ সফল অভিযান, ২.৪০ লাখ টকাসহ গ্ৰেপ্তাৰ ৩ জনক…
  • বামুনীমৈদামত চানমাৰী আৰক্ষীৰ অভিযান।
  • আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন ধৃত যুৱকক।
  • এটা এটিএম ভাঙি যুৱক কেইজনে লুটি নিছিল ধন।
  • ইণ্ডিয়ান অফাৰছীছ বেংকৰ চানমাৰীস্থিত এটিএমৰ পৰা ধন লুটিছিল।
  • গ্ৰেপ্তাৰ কৰা যুৱক কেইজন ক্ৰমে- দ্বীপ মুদৈ, সুভাষ কলিতা আৰু সোমনাথ ধাৰা।
  • বামুনীমৈদামৰ এটা ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱক কেইজনক।
  • লগতে জব্দ কৰে ২ লাখ ৪০ হাজাৰ টকা নগদ ধন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in