গুৱাহাটী
মানুহ নহয়! গুৱাহাটীৰ ড্ৰেইনত এইবাৰ সোমাল ট্ৰাক, চাওঁক EXCLUSIVE VIDEO
- নিউ গুৱাহাটীৰ লাষ্টগেটত ভয়ংকৰ পথ দুৰ্ঘটনা।
- নলাত সোমাল চিমেন্টভৰ্তি এখন ট্ৰাক।
- দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ এএছ-০১ডব্লিউ-৩৯৯৭।
- কথমপি প্ৰাণৰক্ষা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনৰ।
- নিউ গুৱাহাটীৰ গুডামৰ পৰা চিমেন্ট লৈ আহোতেই নৰ্দমাৰ ওপৰত থকা ৰেলিং ভাঙি খহি পৰে নলাটোত।
- ট্ৰাকখনত আছিল ৪০০ৰো অধিক চিমেন্টৰ বেগ।
- ঘটনাস্থলীত এতিয়ালৈক উপস্থিত হোৱা নাই আৰক্ষীৰ লোক।
- নলাত সম্পূৰ্ণৰূপে সোমাই পৰে চিমেন্টভৰ্তি ট্ৰাকখন।