উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বন্ধৰ ষড়যন্ত্ৰ, লক্ষীধৰ বৰা ক্ষেত্ৰত প্ৰকাশক-বিক্ৰেতাৰ প্ৰতিবাদ

উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বন্ধৰ ষড়যন্ত্ৰ, লক্ষীধৰ বৰা ক্ষেত্ৰত প্ৰকাশক-বিক্ৰেতাৰ প্ৰতিবাদ
  • উত্তৰ-পূব গ্ৰন্থমেলা বন্ধ কৰাৰ চৰকাৰী ষড়যন্ত্ৰ বিৰুদ্ধে প্ৰতিবাদ।
  • মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী।
  • সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই লৈছে এই প্ৰতিবাদী কাৰ্যসূচী।
  • পুৱা ১০.৩০বজাৰ পৰা প্ৰতিবাদত নামিব সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in