পাণবজাৰ বিস্ফোৰণ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াৰ মন্তব্য।সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।কি ধৰণৰ বিস্ফোৰণ আছিল সেয়া বিশেষজ্ঞসকলে অনুসন্ধান অব্যাহত ৰাখিছে।আলফা স্বাধীনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে।সেই সন্দৰ্ভত বিশেষ মন্তব্য কৰাৰ পৰা বিৰত থাকে আৰক্ষী সঞ্চালক প্ৰধান গৰাকী।.বিস্ফোৰণ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্রধানৰ মন্তব্য এয়া-