মহানগৰীৰ গড়চুকত আৰক্ষীৰ অভিযান

মহানগৰীৰ গড়চুকত আৰক্ষীৰ অভিযান। অভিযানত দুখন নকল সোণৰ নাও, ৫০০ টকীয়া নকল নোট জব্দ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-06 at 10.34.53 PM
  • মহানগৰীৰ গড়চুকত আৰক্ষীৰ অভিযান
  • অভিযানত দুখন নকল সোণৰ নাও, ৫০০ টকীয়া নকল নোট জব্দ
  • বৰাগাঁৱৰ বেলৱালী পথৰ পৰা জব্দ সামগ্রীখিনি
  • ধৃত সৰবৰাহকাৰীটো লখিমপুৰৰ ২নং সোণাপুৰৰ ৰুস্তম আলী
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত 

WhatsApp Image 2026-02-06 at 10.34.04 PM

Garchuk