গুৱাহাটী মুখ্য-পৃষ্ঠা মহানগৰীৰ বশিষ্ঠ নৈত উটি অহা অৱস্থাত উদ্ধাৰ মৃতদেহ… মহানগৰীৰ বশিষ্ঠ নৈত উটি অহা অৱস্থাত উদ্ধাৰ মৃতদেহ… asomiyapratidin 15 Oct 2020 17:28 IST Follow UsNew Updateমহানগৰীৰ বশিষ্ঠ নৈৰে উটি আহিল এজন যুৱকৰ মৃতদেহ।স্থানীয় লোকে নৈৰে উটি অহা পৰিলক্ষিত কৰে মৃতদেহটো।হালিমা বেগম নামৰ এগৰাকী যুৱতীয়ে উদ্ধাৰ কৰে মৃতদেহটো।ঘটনাস্থলীত উপস্থিত হাতীগাঁও আৰক্ষী।এতিয়ালৈ যুৱক জনৰ পৰিচয় পোৱা নাই।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক