গুৱাহাটীৰ বামুণীমৈদামত মৃতদেহ উদ্ধাৰ...

গৃহ নং ১২ত উদ্ধাৰ বাপন দাস নামৰ যুৱকজনৰ মৃতদেহ

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

ei muhurtar khabar

ডিজিটেল ডেস্ক: গুৱাহাটীৰ বামুণীমৈদামত মৃতদেহ উদ্ধাৰ

Advertisment

•কালি মন্দিৰ পথত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ

•গৃহ নং ১২ত উদ্ধাৰ বাপন দাস নামৰ যুৱকজনৰ মৃতদেহ

•এটা নিৰ্মীয়মাণ অট্টালিকাৰ শ্রমিক হিচাপে নিয়োজিত আছিল বাপন

•ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লোক

Also Read: ভাল খবৰ: আন্ত:ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতালৈ অসমৰ দুই যুৱক...