প্ৰতীকি ফটো
Published on:
Updated on:
- বামুনীমৈদামস্থিত মনো মটৰ্চত সংঘটিত অগ্নিকাণ্ড।
- প্ৰথম মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড।
- অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে আহি নিৰ্বাপিত কৰে জুই।
- সন্ধিয়া প্ৰায় ৬.৪৫ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড।
- অগ্নিকাণ্ডত জাহ গ'ল এখন বাহন।
- ছাৰ্ভিচিঙত অহা এখন বাহনত যান্ত্ৰিক বিজুটিৰ ফলত জুই লাগে গাড়ীখনত।
- এই অগ্নিকাণ্ডত এখন গাড়ী ভস্মীভূত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in