/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
নুনমাটিত অস্ত্র-শস্ত্রসহ গ্রেপ্তাৰ যুৱক।
গ্রেপ্তাৰ কৰা যুৱকজনৰ ঘৰ নেপালত।
৯ বছৰ পূৰ্বে ডিমাপুৰলৈ আহিছিল ধৃত জন কন্যাক।
২২ এপ্রিলত ডিমাপুৰৰ পৰা গুৱাহাটীলৈ আহিছিল ধৃত যুৱকজন।
নাগালেণ্ডৰ পৰা পিষ্টলটো বিক্রীৰ বাবে আহিছিল গুৱাহাটীলৈ।
যুৱকজনৰ পৰা .২২ পিষ্টলসহ ২১জাঁই সক্রিয় গুলী জব্দ।
ডিমাপুৰৰ পৰা আহি নুনমাটিৰ এটা ভাৰাঘৰত আছিল জন কন্যাক।
Also Read: সৰুপথাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us