New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/AGP.jpg)
প্ৰতীকি ফটো
- পঞ্চায়ত নিৰ্বাচন অকলে অকলে খেলিব অগপ-বিজেপিয়ে।
- মিত্ৰতা বৈঠকৰ পিছতে এই ঘোষণা কৰে অগপই।
- সোমবাৰে জনতা ভৱনত অনুষ্ঠিত অগপ-বিজেপিৰ বৈঠকৰ পিছতে এই ঘোষণা অগপৰ।
- পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতা সন্দৰ্ভত আলোচনা কৰা হয় বৈঠকত।
- বৈঠকত বিজেপিৰ হৈ উপস্থিত থাকে হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া আৰু পুলক গোহাঁই।
- অগপৰ হৈ উপস্থিত থাকে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কমলা কলিতা।