Published on:
Updated on:
- মহানগৰীৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সমীপত পথ দুৰ্ঘটনা।
- পথ অতিক্ৰম কৰিবলৈ লোৱা এজন যুৱকক খুন্দা মাৰিলে দ্ৰুতবেগী স্কুটীয়ে।
- মূৰ আৰু মুখত কিছু পৰিমানে আঘাত পাইছে যুৱকজনে।
- যুৱকজনক খুন্দিয়াই একে দিশত গৈ থকা এখন ৱেগনাৰত খুন্দা মাৰে স্কুটীখনে।
- যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।
- যুৱকজনক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in