মহানগৰীৰ লোমহৰ্ষক হত্যকাণ্ডঃ বৃদ্ধ দম্পতিৰ কেয়াৰ টেকাৰসহ দুজনক আটক…

মহানগৰীৰ লোমহৰ্ষক হত্যকাণ্ডঃ বৃদ্ধ দম্পতিৰ কেয়াৰ টেকাৰসহ দুজনক আটক…
  • মহানগৰীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ সন্দৰ্ভত ২ জনক সোধ-পোছৰ বাবে আটক।
  • বৃদ্ধ দম্পতিৰ কেয়াৰ টেকাৰ আকাশ চৌধুৰীক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।
  • আকাশ চৌধুৰীৰ ভাষ্যৰ ভিত্তিত আন এজন ব্যক্তিক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।
  • আনহাতে আকাশ চৌধুৰীৰ পত্নীৰ মোবাইলৰ তথ্যৰ ভিত্তিত কেইবাজনো লোকৰ তালিকা প্ৰস্তুত কৰিছে আৰক্ষীয়ে।
  • শেহতীয়া তথ্য অনুসৰি ননীগোপাল বৰুৱাৰ ঘৰৰ পৰা কিছু নথি-পত্ৰ নোহোৱা হৈছে।
  • এই নথি-পত্ৰসমূহৰ ভিতৰত সম্পত্তিৰ নথি-পত্ৰ বুলি সন্দেহ কৰা হৈছে।
  • ফৰেনছিকৰ সহায়ত ক্ৰাইম বাঞ্চ, চি আই ডি আৰু মহানগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
  • আনহাতে বৃদ্ধ দম্পতিৰ কনিষ্ঠ কন্যা মুম্বাইৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in