শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

মহানগৰীৰ লোমহৰ্ষক হত্যকাণ্ডঃ বৃদ্ধ দম্পতিৰ কেয়াৰ টেকাৰসহ দুজনক আটক…

  • মহানগৰীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ সন্দৰ্ভত ২ জনক সোধ-পোছৰ বাবে আটক।
  • বৃদ্ধ দম্পতিৰ কেয়াৰ টেকাৰ আকাশ চৌধুৰীক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।
  • আকাশ চৌধুৰীৰ ভাষ্যৰ ভিত্তিত আন এজন ব্যক্তিক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।
  • আনহাতে আকাশ চৌধুৰীৰ পত্নীৰ মোবাইলৰ তথ্যৰ ভিত্তিত কেইবাজনো লোকৰ তালিকা প্ৰস্তুত কৰিছে আৰক্ষীয়ে।
  • শেহতীয়া তথ্য অনুসৰি ননীগোপাল বৰুৱাৰ ঘৰৰ পৰা কিছু নথি-পত্ৰ নোহোৱা হৈছে।
  • এই নথি-পত্ৰসমূহৰ ভিতৰত সম্পত্তিৰ নথি-পত্ৰ বুলি সন্দেহ কৰা হৈছে।
  • ফৰেনছিকৰ সহায়ত ক্ৰাইম বাঞ্চ, চি আই ডি আৰু মহানগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
  • আনহাতে বৃদ্ধ দম্পতিৰ কনিষ্ঠ কন্যা মুম্বাইৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছে।