মহানগৰীত চাঞ্চল্য; দুৰ্বৃত্তই ডিঙি কাটি পেলাই থৈ গ’ল এজনক…

মহানগৰীত চাঞ্চল্য; দুৰ্বৃত্তই ডিঙি কাটি পেলাই থৈ গ’ল এজনক…
  • মহানগৰীত আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড।
  • বামুণীমৈদামৰ শীতলাবাৰীত এই হত্যাকাণ্ড।
  • মৃত লোকজন কাজল চন্দ্র দাস বুলি চিনাক্ত কৰা হৈছে।
  • দুৰ্বৃত্তই ডিঙি কাটি পেলাই থৈ গ'ল লোকজনক।
  • দেওবাৰে সন্ধিয়াৰ পৰা নিখোঁজ হৈ আছিল লোকজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in