মহানগৰীৰ কুমাৰপাৰাত গুলীচালনা, গুৰুতৰভাৱে আহত এজন…

মহানগৰীৰ কুমাৰপাৰাত গুলীচালনা, গুৰুতৰভাৱে আহত এজন…
  • গুৱাহাটী মহানগৰীত গুলীচালনাৰ ঘটনা।
  • কুমাৰপাৰাত এজন লোকক গুলীচালনা দুৰ্বৃত্তৰ।
  • লোকজনৰ দেহত লাগে গুলী।
  • গুৰুতৰভাৱে আহত হৈছে লোকজন।
  • লোকজনৰ নাম শ্যাম শৰ্মা।
  • গুলীবিদ্ধ শৰ্মাক প্ৰথমে ভৰ্তি কৰা হয় গুৱাহাটী মাৰোৱাৰী হাস্পতালত।
  • পিছত উন্নত চিকিৎসাৰ বাবে নিয়া হয় এপল' হাস্পতাললৈ।
  • প্ৰত্যক্ষদৰ্শীৰ মতে বাইকত আহিছিল দৃৰ্বৃত্তৰ দলটো।
  • ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা বেগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in