মহানগৰীত কেবৰ বিৰুদ্ধে কৃষক মুক্তিৰ জোঁৰ সমদল, VIDEO

মহানগৰীত কেবৰ বিৰুদ্ধে কৃষক মুক্তিৰ জোঁৰ সমদল, VIDEO
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জোঁৰ সমদল।
  • শতাধিক প্ৰতিবাদকাৰীৰ অংশগ্ৰহণ।
  • চৰকাৰ বিৰোধী শ্ল'গানেৰে মুখৰিত আকাশ-বতাহ।
  • গুৱাহাটী-ক্লাৱৰ পৰা চানমাৰীৰ অভিমুখে এই সমদল।
  • কৃষক মুক্তিৰ অখিল গগৈৰ লগতে বিশিষ্ট অধিবক্তা অৰূপ বৰবৰা আৰু ডা০ নৱনীল বৰুৱাৰ লগতে কেইবাগৰাকীও বুদ্ধিজীৱিয়ে লৈছে অংশ।
  • কেব মানি নলও, বিজেপি, আৰ এছ এছ হুচিয়াৰ শ্ল'গানেৰ উত্তপ্ত পৰিৱেশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in