শেহতীয়া খবৰ
ঐতিহাসিক আলাবৈত ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  জু তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  জু তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  ধুটি-কুৰ্তা পিন্ধি অযোধ্যালৈ ৰাওনা হ'ল নৰেন্দ্ৰ মোদী...  •  প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈয়েই মৃত্যুক সাৱটিব লগা হৈছে হাইস্কুলৰ ফিক্সড পেৰ শিক্ষকে...  •  লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ৭০ সংখ্যক মৃত্যু দিৱস...  •  ৰাম মন্দিৰৰ বাবে সুদীৰ্ঘ ২৮ বছৰ আছিল অনাহাৰে কিন্তু নাপালে নিমন্ত্ৰণ...  •  ৰাম মন্দিৰৰ ভূমি পূজনত অংশ লোৱা প্ৰত্যেকেই পাব বিশেষ উপহাৰ...  •  মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱাজী ৰাও পাটিলৰ মৃত্যু...  •  আজি অযোধ্যাত হ'ব ৰাম মন্দিৰৰ শিলান্যাস...

মহানগৰীত কেবৰ বিৰুদ্ধে কৃষক মুক্তিৰ জোঁৰ সমদল, VIDEO

186
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জোঁৰ সমদল।
  • শতাধিক প্ৰতিবাদকাৰীৰ অংশগ্ৰহণ।

  • চৰকাৰ বিৰোধী শ্ল’গানেৰে মুখৰিত আকাশ-বতাহ।
  • গুৱাহাটী-ক্লাৱৰ পৰা চানমাৰীৰ অভিমুখে এই সমদল।

  • কৃষক মুক্তিৰ অখিল গগৈৰ লগতে বিশিষ্ট অধিবক্তা অৰূপ বৰবৰা আৰু ডা০ নৱনীল বৰুৱাৰ লগতে কেইবাগৰাকীও বুদ্ধিজীৱিয়ে লৈছে অংশ।

  • কেব মানি নলও, বিজেপি, আৰ এছ এছ হুচিয়াৰ শ্ল’গানেৰ উত্তপ্ত পৰিৱেশ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি