এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…

এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…
  • এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ।
  • শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে DGPক দিয়ে এই নিৰ্দেশ।
  • উলুবাৰীস্থিত মুখ্য কাৰ্যালয়সহ ৰাজ্যৰ ২৮টা শাখাৰ নথি জব্দৰ নিৰ্দেশ।
  • দীৰ্ঘদিন ধৰি দৰমহা পোৱা নাছিল এছকাৰ্ড বেংকৰ কৰ্মচাৰীয়ে।
  • দৰমহা বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কৰ্মচাৰী।
  • বেংক কৰ্তৃপক্ষই আদালতত দাখিল কৰা তথ্যত বেংকত জমা মাত্র ২১ লাখ টকা।
  • শুকুৰবাৰে বেংকৰ শীৰ্ষ বিষয়া উপস্থিত হৈ ন্যায়ালয়ত দাখিল কৰে এই তথ্য।
  • ইয়াৰ পিছতে ন্যায়ালয়ে বেংকৰ সকলো তথ্য জব্দ কৰিবলৈ নিৰ্দেশ DGPক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in