শেহতীয়া খবৰ
কবিতা/১৯ "হৰ ঘৰ ত্ৰিৰংগা"  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...

এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…

  • এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ।
  • শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে DGPক দিয়ে এই নিৰ্দেশ।
  • উলুবাৰীস্থিত মুখ্য কাৰ্যালয়সহ ৰাজ্যৰ ২৮টা শাখাৰ নথি জব্দৰ নিৰ্দেশ।
  • দীৰ্ঘদিন ধৰি দৰমহা পোৱা নাছিল এছকাৰ্ড বেংকৰ কৰ্মচাৰীয়ে।
  • দৰমহা বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কৰ্মচাৰী।
  • বেংক কৰ্তৃপক্ষই আদালতত দাখিল কৰা তথ্যত বেংকত জমা মাত্র ২১ লাখ টকা।
  • শুকুৰবাৰে বেংকৰ শীৰ্ষ বিষয়া উপস্থিত হৈ ন্যায়ালয়ত দাখিল কৰে এই তথ্য।
  • ইয়াৰ পিছতে ন্যায়ালয়ে বেংকৰ সকলো তথ্য জব্দ কৰিবলৈ নিৰ্দেশ DGPক।