মহানগৰীৰ ৰাজীৱ ভৱনৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি ভস্মীভূত কাপোৰৰ শ্ব’ ৰুম, অনিয়ন্ত্ৰিত জুই…

মহানগৰীৰ ৰাজীৱ ভৱনৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি ভস্মীভূত কাপোৰৰ শ্ব’ ৰুম, অনিয়ন্ত্ৰিত জুই…
  • মহানগৰীৰ এবিচিত ভয়ংকৰ অগ্নিকাণ্ড।
  • ৰাজীৱ ভৱনৰ সমীপত এই ঘটনা।
  • এটা বৃহৎ অট্টালিকাত অগ্নিকাণ্ড।
  • অট্টালিকাটোৰ পঞ্চম মহলাৰ এখন কাপোৰৰ শ্ব' ৰুম ভস্মীভূত।
  • দোকানৰ ভিতৰত সোমাই এছডিআৰএফৰ দলে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে।
  • ৫খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে।
  • বৰ্তমানো নিৰ্বাপিত হোৱা নাই জুই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in