গুৱাহাটীত নৃশংস হত্যাকাণ্ডঃ ঘৰত অকলে থকাৰ সময়তে ডকাইতে হত্যা কৰিলে অৱসৰপ্ৰাপ্ত অভিযন্তাক…

গুৱাহাটীত নৃশংস হত্যাকাণ্ডঃ ঘৰত অকলে থকাৰ সময়তে ডকাইতে হত্যা কৰিলে অৱসৰপ্ৰাপ্ত অভিযন্তাক…
  • অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী।
  • মঙলবাৰে নিশা দিছপুৰ আইন মহাবিদ্যালয় পথত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড।
  • ঘৰতে ডকাইতে হত্যা কৰি থৈ গ'ল এজন অৱসৰপ্ৰাপ্ত অভিযন্তাক।
  • অৱসৰপ্ৰাপ্ত অভিযন্তাজনৰ নাম পৰেশ চন্দ্ৰ বৰুৱা।
  • ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
  • মঙলবাৰে নিশা ঘৰত অকলে থকা সময়তে ঘৰত প্ৰৱেশ কৰিছিল ডকাইতৰ দলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in