গুৱাহাটী ক্লাবত পাকিস্তানৰ পতাকা জ্বলাই প্ৰতিবাদ

গুৱাহাটী ক্লাবত পাকিস্তানৰ পতাকা জ্বলাই প্ৰতিবাদ
  • গুৱাহাটী ক্লাবত পাকিস্তানৰ পতাকা জ্বলাই প্ৰতিবাদ।
  • সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগ।
  • ইফালে প্ৰতিবাদত ভাগ ল'লে কৃষক শ্ৰমিক উন্নয়ন পৰিষদেও।
  • পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে এই প্ৰতিবাদ।
  • বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে পৰিৱেশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in