গুৱাহাটী ক্লাৱৰ উৰণীয়া সেঁতুত টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ…

গুৱাহাটী ক্লাৱৰ উৰণীয়া সেঁতুত টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ…
  • সান্ধ্য আইন জাৰীৰ পিছতো মহানগৰত অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ।
  • বৃহস্পতিবাৰেও মহানগৰীৰ বিভিন্ন প্ৰান্তত উত্তাল প্ৰতিবাদ সাব্যস্ত হয় কেবৰ বিৰুদ্ধে।
  • গুৱাহাটী ক্লাৱৰ উৰণীয়া সেঁতুৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ।
  • চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে।
  • বলপূৰ্বকভাৱে চৰকাৰে জাপি দিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো পধ্যেই মানি লোৱা নহয় বুলি দাবী প্ৰতিবাদকাৰীক।
  • হেলমেটতো কেব বিৰোধী শ্ল'গান লিখি প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়।
  • জাতি ধ্বংসকাৰী কেব বাতিল কৰিবলৈ চৰকাৰক সকিয়নী প্ৰদান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in