শেহতীয়া খবৰ
সোমবাৰৰ পৰা খৈৰাবাৰীত আৰম্ভ ৫৯সংখ্যক বড়ো সাহিত্য সভা, উখল মাখল দাউহাৰু পথাৰ  •  এলাহাবাদ চহৰৰ নাম প্ৰয়াগৰাজ কৰাক লৈ উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ...  •  ধুবুৰীত ATMৰ পৰা চোৰে লুটি নিলে ৪২ লাখ ৪৭ হাজাৰ টকা...  •  নুমলীগড়ৰ দৈগ্ৰোঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ 'কা’ বিৰোধী প্ৰতিবাদ...  •  আমাৰ ওচৰত সংখ্যাগৰিষ্ঠতা থকা বাবেই আমি ভীতি প্ৰদৰ্শনৰ ৰাজনীতি কৰিব নোৱাৰোঃ 'কা’ক লৈ প্ৰতিক্ৰিয়া বিজেপি নেতা চি কে বসুৰ  •  জম্মু-কাশ্মীৰত নিহত ৩ সন্ত্ৰাসবাদী...  •  বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা নোখোজে পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে...  •  নিশা দুৱাৰ খোলা পলম হোৱাৰ বাবেই পত্নীক গুলীয়ালে এগৰাকী DSP য়ে...  •  বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ নিৰ্বাচনৰ দৌৰত আছে একাধিক নেতা, দিল্লীৰ মুখ্য কাৰ্যালয়ত মনোনয়ন দাখিল পৰ্ব…  •  ‘কা’ৰ সমৰ্থন নকৰা বুদ্ধিজীৱীসকল তৃণমূল কংগ্ৰেছৰ পোহনীয়া কুকুৰঃ বিজেপি সাংসদৰ বিতৰ্কিত মন্তব্য

গুৱাহাটী ক্লাৱৰ উৰণীয়া সেঁতুত টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ…

70
  • সান্ধ্য আইন জাৰীৰ পিছতো মহানগৰত অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ।
  • বৃহস্পতিবাৰেও মহানগৰীৰ বিভিন্ন প্ৰান্তত উত্তাল প্ৰতিবাদ সাব্যস্ত হয় কেবৰ বিৰুদ্ধে।
  • গুৱাহাটী ক্লাৱৰ উৰণীয়া সেঁতুৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ।
  • চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে।

  • বলপূৰ্বকভাৱে চৰকাৰে জাপি দিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো পধ্যেই মানি লোৱা নহয় বুলি দাবী প্ৰতিবাদকাৰীক।
  • হেলমেটতো কেব বিৰোধী শ্ল’গান লিখি প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়।
  • জাতি ধ্বংসকাৰী কেব বাতিল কৰিবলৈ চৰকাৰক সকিয়নী প্ৰদান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি