গুৱাহাটীত চিটী বাছৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা, বাছত নাথাকিব হেণ্ডিমেন…

গুৱাহাটীত চিটী বাছৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা, বাছত নাথাকিব হেণ্ডিমেন…
  • গুৱাহাটীত চিটী বাছৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা।
  • সলনি হ'ব চিটী বাছসমূহ চলাচলৰ পথ।
  • এতিয়াৰে পৰা চিটী বাছত নাথাকিব হেণ্ডিমেন।
  • বাছৰ সন্মুখৰ গ্লাছত থাকিব লাগিব চালকৰ ফটো।
  • ৫০ মিটাৰ দূৰৰ পৰা চিনি পাব লাগিব ফটোসমূহ।
  • চিটী বাছৰ ক্ষেত্ৰত কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰা হৈছে।
  • অহা সপ্তাহৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in