পেট্ৰ’লপাম্পৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত উৎকোচ লওঁতে হাতে লোটে গ্ৰেপ্তাৰ বিষয়া

পেট্ৰ’লপাম্পৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত উৎকোচ লওঁতে হাতে লোটে গ্ৰেপ্তাৰ বিষয়া
  • গুৱাহাটীত চিবিআইৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
  • উৎকোচ লওঁতে হাতে লোটে গ্ৰেপ্তাৰ IOCৰ জ্যেষ্ঠ বিষয়া দিব্যজ্যোতি দত্তক।
  • এগৰাকী মহিলাৰ পৰা ২ লাখ টকা লৈছিল বিষয়াগৰাকীয়ে।
  • ৰুক্মিণীগাঁৱৰ বিলাসী হোটেলত উৎকোচ লৈছিল ধৃত দত্তই।
  • পেট্ৰ'লপাম্পৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত ধন লৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in