ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক, ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ…

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক, ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ…
  • ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক।
  • ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ।
  • প্ৰতিবাদকাৰীয়ে উভতালে ৰাজপথেৰে যোৱা বাহন।
  • খানাপাৰাতো টায়াৰ জ্বলাই প্ৰতিবাদ।
  • বন্ধ সমৰ্থকে গুৱাহাটী মহানগৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।
  • ৰাইজক নিজৰ স্বাৰ্থতে বন্ধ মানিবলৈ আহ্বান।
  • কেব বাতিলৰ দাবীত সোমবাৰে অসম বন্ধৰ আহ্বান জনাইছিল অসম চুতীয়া ছাত্ৰ সন্থাই।
  • এই বন্ধৰ প্ৰতি বিভিন্ন সংগঠনে সমৰ্থন জনাইছে।
  • কাজিৰঙাৰ অৰ্কিড পাৰ্কো অসম বন্ধৰ বাবে সাময়িকভাৱে বন্ধ ৰখা হৈছে।
  • ইফালে ১০ ডিচেম্বৰত উত্তৰ-পূব ছাত্ৰ সন্থাই আহ্বান দিছে উত্তৰ-পূব ভাৰত বন্ধৰ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বন্ধৰ আহ্বান জনোৱা হৈছে।



Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in