শেহতীয়া খবৰ
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অপমান কৰি বলিউদৰ সংগীত পৰিচালকৰ বিৰ্তকিত টুইট...  •  কেব বাতিলৰ দাবীঃ গোৱালপাৰাৰ ৰাজপথত আছুৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল...  •  উত্তৰ কামৰূপৰ একাংশ ৰাস মহোৎসৱস্থলীত মুকলি জুৱা... VIDEO  •  বিয়াত বহিল মুখ্যমন্ত্ৰীৰ ভগ্নী! টুইটাৰত প্ৰধানমন্ত্ৰীয়ে দিলে যুগ্মজীৱনৰ বাবে শুভেচ্ছাবাণী...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  জাতীয় নায়কে কেবৰ বিৰুদ্ধে মাত মাতি জাতিটোক ৰক্ষা কৰকঃ ওদালগুৰিত আছুৰ বিশাল জোঁৰ সমদল...  •  ভূমিকম্পই জোকাৰিলে গুৱাহাটী মহানগৰী...  •  মানকাচৰত নাৰী অপহৰণকাৰী চক্ৰৰ সদস্যক আটক...  •  শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক...

মহানগৰীত বলেৰ’ পিকআপ ভানৰ খুন্দাত থিতাতে নিহত যুৱতী…

369
  • দেওবাৰে মহানগৰীৰ গেম ভিলেজৰ সন্মুখত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • জালুকবাৰী অভিমুখী পথত সংঘটিত হয় এই দুৰ্ঘটনাটো।
  • এখন বলেৰ’ পিকআপ ভানে মহতিয়াই নিলে ই–ৰিক্সা আৰু স্কুটী আৰোহীক।
  • দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটী আৰোহী ছুইটী নাথ নামৰ যুৱতীগৰাকীৰ।
  • আন এগৰাকী আৰোহী গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত।
  • আহত গংগা দেৱী ৰাভাক ভৰ্তি কৰোৱা হৈছে হেল্থ চিটী হাস্পতালত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি