মহানগৰীত বলেৰ’ পিকআপ ভানৰ খুন্দাত থিতাতে নিহত যুৱতী…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • দেওবাৰে মহানগৰীৰ গেম ভিলেজৰ সন্মুখত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • জালুকবাৰী অভিমুখী পথত সংঘটিত হয় এই দুৰ্ঘটনাটো।
  • এখন বলেৰ' পিকআপ ভানে মহতিয়াই নিলে ই–ৰিক্সা আৰু স্কুটী আৰোহীক।
  • দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটী আৰোহী ছুইটী নাথ নামৰ যুৱতীগৰাকীৰ।
  • আন এগৰাকী আৰোহী গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত।
  • আহত গংগা দেৱী ৰাভাক ভৰ্তি কৰোৱা হৈছে হেল্থ চিটী হাস্পতালত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in