ৰাজ্যৰ ১৭ জিলাত গুণোৎসৱ, ভাগ ল’ব মুখ্যমন্ত্ৰীৰ লগতে বহু আমোলা বিষয়াই

ফাইল ফটো
ফাইল ফটো
  • ৰাজ্যৰ ১৭ জিলাত অব্যাহত আছে গুণোৎসৱ।
  • মঙলবাৰে গুণোৎসৱত অংশ ল'ব মুখ্যমন্ত্ৰী সোণোৱাল আৰু শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
  • বিভিন্ন বিদ্যালয়ত উপস্থিত থাকিব সচিব আৰু আমোলা বিষয়াসকল।
  • মৰিগাঁৱৰ এখন বিদ্যালয়ত উপস্থিত মন্ত্ৰী পল্লৱলোচন দাস ।
  • জালুগুৰি উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।
  • শিক্ষাৰ্থীৰ সৈতে মত বিনিময় মন্ত্ৰী পল্লৱলোচন দাসৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in