আফগানিস্তানৰ কাবুল বিশ্ববিদ্যালয়ত গুলীবৰ্ষণ, নিহত ১৯জন…

আফগানিস্তানৰ কাবুল বিশ্ববিদ্যালয়ত গুলীবৰ্ষণ, নিহত ১৯জন…

ডিজিটেল ডেস্কঃ আফগানিস্থানত ধাৰাসাৰ গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে। আফগানিস্তানৰ কাবুল বিশ্ববিদ্যালয়ত সংঘটিত হয় এই ঘটনা। সোমবাৰে বিশ্ববিদ্যালয়খনত অনুষ্ঠিত এক গ্ৰন্থ মেলাত ইৰাণৰ এম্বেছেদৰ গৰাকী উপস্থিত হোৱাৰ পাছতে গুলীবৰ্ষণৰ ঘটনা সংঘটিত হয়।

প্ৰায় এঘন্টা সময় সংঘটিত এই গুলীবৰ্ষণত প্ৰাণ হেৰুৱাইছে ১৯জনকৈ লোকে। ইফালে, গুৰুতৰভাৱে আহত হৈছে আন ২২জনকৈ লোক। স্থানীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, প্ৰায় তিনিজনকৈ আক্ৰমণকাৰীয়ে গুলীবৰ্ষণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in