কৃষ্ণাইত আৰক্ষী-অপহৰণকাৰীৰ মাজত গুলীয়াগুলি…

কৃষ্ণাইত আৰক্ষী-অপহৰণকাৰীৰ মাজত গুলীয়াগুলি…
  • শুকুৰবাৰে নিশা গোৱালপাৰাত প্ৰচণ্ড গুলীয়াগুলি।
  • কৃষ্ণাইত সংঘটিত হৈছে এই ঘটনা।
  • আৰক্ষী-অপহৰণকাৰীৰ মাজত এই গুলীয়াগুলি।
  • অপহৃতক উদ্ধাৰ কৰিবলৈ যাওতে এই সংঘৰ্ষ হয়।
  • ঘটনাৰ সন্দৰ্ভত ৪গৰাকীক আটক কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in