গোৱালপাৰাত বিহ পান কৰি আত্মহত্যা বৃদ্ধ দম্পত্তিৰ…

গোৱালপাৰাত বিহ পান কৰি আত্মহত্যা বৃদ্ধ দম্পত্তিৰ…
  • গোৱালপাৰা জিলাৰ ধূপধৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
  • বিহ পান কৰি আত্মহত্যা বৃদ্ধ দম্পত্তিৰ।
  • দেওবাৰে নিশা সংঘটিত হৈছে এই ঘটনা।
  • আত্মহত্যাৰ কাৰন এতিয়াও পোহৰলৈ অহা নাই।
  • মৃত্যু হোৱা দম্পত্তিৰ নাম হৈছে উদ্ধৱ ৰাভা আৰু কিৰণৱালা ৰাভা।
  • ঘৰতে কিৰণবালা ৰাভাৰ মৃত্যু হোৱাৰ লগতে চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় স্বামী উদ্ধৰ ৰাভাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in