আই এ এছ বিষয়া মনোজ কুমাৰক ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্য সচিব হিচাপে নিযুক্তি…

  • ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্য সচিব নিযুক্তি।
  • আই এ এছ বিষয়া মনোজ কুমাৰক ৰাজ্যখনৰ পৰৱৰ্তী মুখ্য সচিব ৰূপে নিযুক্তি প্ৰদান।
  • কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে আই এ এছ বিষয়াগৰাকীক নিযুক্তি প্ৰদান কৰে মুখ্য সচিব হিচাপে।
  • উল্লেখ্য যে, ৰাজ্যখনৰ বৰ্তমানৰ মুখ্য সচিব ড০ ইউ ভেংকেটেছৱাৰলুয়ে ৩০ নবেম্বৰ, ২০১৯ত অৱসৰগ্ৰহণ কৰিব।
  • তাৰপাছত মুখ্য সচিবৰ দায়িত্ব ল'ব মনোজ কুমাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in