শেহতীয়া খবৰ
শিৱসাগৰত কেবৰ বিৰোধিতাৰে উলংগ প্ৰতিবাদ, VIDEO  •  গৰৈমাৰীৰ মানসিক বিকাৰগ্ৰস্ত যুৱক তেজপুৰৰ পৰা সন্ধানহীন  •  কেবৰ বিৰুদ্ধে ওলাই আহিল এবিভিপি! সংগঠনটোৰ ১২ সদস্যই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত কৰিলে পদত্যাগ  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দৰঙত আছুৰ উদ্যোগত বাইক ৰেলী, VIDEO  •  গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আছুৰ ক'লা পতাকা প্ৰদৰ্শন, VIDEO  •  গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আছুৰ ক'লা পতাকা প্ৰদৰ্শন, VIDEO  •  সোণতলী আঞ্চলিক মহাবিদ্যালয়ত ব্যাপক অনিয়মঃ বিভাগীয় নিৰ্দেশ আওকাণ কৰি ৬ বছৰে অস্থায়ী অধ্যক্ষই মেলিছে লুণ্ঠনৰ জাল...  •  সোণতলী আঞ্চলিক মহাবিদ্যালয়ত ব্যাপক অনিয়মঃ বিভাগীয় নিৰ্দেশ আওকাণ কৰি ৬ বছৰে অস্থায়ী অধ্যক্ষই মেলিছে লুণ্ঠনৰ জাল...  •  বিজেপি এৰি কেব বিৰোধী আন্দোলনত যোগ দিবলৈ যতীন বৰাক আহ্বান জুবিনৰ...  •  বিজেপি এৰি কেব বিৰোধী আন্দোলনত যোগ দিবলৈ যতীন বৰাক আহ্বান জুবিনৰ...

আই এ এছ বিষয়া মনোজ কুমাৰক ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্য সচিব হিচাপে নিযুক্তি…

342
  • ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্য সচিব নিযুক্তি।
  • আই এ এছ বিষয়া মনোজ কুমাৰক ৰাজ্যখনৰ পৰৱৰ্তী মুখ্য সচিব ৰূপে নিযুক্তি প্ৰদান।
  • কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে আই এ এছ বিষয়াগৰাকীক নিযুক্তি প্ৰদান কৰে মুখ্য সচিব হিচাপে।
  • উল্লেখ্য যে, ৰাজ্যখনৰ বৰ্তমানৰ মুখ্য সচিব ড০ ইউ ভেংকেটেছৱাৰলুয়ে ৩০ নবেম্বৰ, ২০১৯ত অৱসৰগ্ৰহণ কৰিব।
  • তাৰপাছত মুখ্য সচিবৰ দায়িত্ব ল’ব মনোজ কুমাৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি