গোসাঁইগাঁৱত পথ দুৰ্ঘটনা, নিহত টাটা ছুম’ৰ চালক

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • গোসাঁইগাঁৱৰ ভদেয়াগুৰিত বুধবাৰে নিশা দুৰ্ঘটনা।
  • ট্ৰাকৰ পিছফালে খুন্দিয়ালে এখন দ্ৰুতবেগী টাটা ছুম'ই।
  • দুৰ্ঘটনাত থিতাতে নিহত হয় টাটা ছু'মখনৰ চালক।
  • নিহত চালকজনৰ নাম গণেশ ৰয়।
  • ছুম'খনত থকা আন ৬জন যাত্ৰীও গুৰুতৰভাৱে আহত।
  • শ্বিলঙৰ পৰা নেপাল অভিমুখে গৈ থাকোতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in