মহানগৰীৰৰ বিস্ফোৰণ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমৰ

মহানগৰীৰৰ বিস্ফোৰণ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমৰ
  • মহানগৰীৰৰ বিস্ফোৰণ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমৰ।
  • কোনো কাৰণতে বিস্ফোৰণকাৰীক ৰেহাই নিদিবলৈ আহ্বান সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈৰ।
  • অসম চৰকাৰে শিৱসাগৰৰ ডিমৌত হোৱা বিস্ফোৰণক গুৰুত্ব সহকাৰে নোলোৱাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি মন্তব্য।
  • দোষীক কৰায় কৰি ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান সংগঠনটোৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in