গোৰেশ্বৰত বোমা প্ৰস্তুতকাৰী যুৱকক আটক

গোৰেশ্বৰত বোমা প্ৰস্তুতকাৰী যুৱকক আটক
  • শুকুৰবাৰে বাক্সাৰ গোৰেশ্বৰত বোমা প্ৰস্তুতকাৰী যুৱকক আটক।
  • আৰক্ষীৰ জালত বিনোদ বড়ো নামৰ এজন যুৱক।
  • গোৰেশ্বৰ আৰক্ষীয়ে আটক কৰে যুৱকজনক।
  • বাক্সাৰ নাৰামাৰীৰ পৰা আটক কৰে যুৱকজনক।
  • ৫ ডিচেম্বৰত কৈলাশ বড়ো নামৰ এজন ব্যৱসায়ীৰ ঘৰৰ চৌহদত বোমা সংস্থাপিত কৰাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে।
  • ব্যৱসায়ীজনৰ পৰা ধনদাবী কৰাৰো অভিযোগ উত্থাপিত হৈছে।
  • বিএফডিএনএছ নামৰ ভুৱা সংগঠনৰ নামত ধন দাবীৰ অভিযোগ তেওঁৰ বিৰুদ্ধে।
  • ব্যৱসায়ীজনৰ দাবী কৰা ধনৰ পৰিমাণ আছিল ১০ লাখ টকা।
  • বৰ্তমান গোৰেশ্বৰ আৰক্ষীৰ জিম্মাত যুৱকজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in