শেহতীয়া খবৰ
আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ  •  আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ  •  আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ  •  শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীনজনৰ বাবে কৰিব নোৱাৰো নেকি একো আমি...  •  শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীনজনৰ বাবে কৰিব নোৱাৰো নেকি একো আমি...  •  চিবিআইৰ সঞ্চালক এম নাগেশ্বৰ ৰাওৰ পদোন্নতি  •  সোণতলীত আৰক্ষীৰ অভিযান, বৃহৎ পৰিমাণৰ গাঞ্জা খেতি ধ্বংস  •  'মেকফি নব'ৰ দৰে বঙাইগাঁৱতো আছে নাককাটি পাহাৰ, পৰ্যটক নাহে, যায় উদণ্ড ল'ৰা, VIDEO  •  আঢ়ৈ লাখ টকীয়া চাকৰি এৰি চুৰিত ধৰা এজন বিলাসী চোৰ  •  সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চৰ বাক্সা জিলা সমিতি গঠন

গোৰেশ্বৰত বোমা প্ৰস্তুতকাৰী যুৱকক আটক

87
  • শুকুৰবাৰে বাক্সাৰ গোৰেশ্বৰত বোমা প্ৰস্তুতকাৰী যুৱকক আটক।
  • আৰক্ষীৰ জালত বিনোদ বড়ো নামৰ এজন যুৱক।
  • গোৰেশ্বৰ আৰক্ষীয়ে আটক কৰে যুৱকজনক।
  • বাক্সাৰ নাৰামাৰীৰ পৰা আটক কৰে যুৱকজনক।
  • ৫ ডিচেম্বৰত কৈলাশ বড়ো নামৰ এজন ব্যৱসায়ীৰ ঘৰৰ চৌহদত বোমা সংস্থাপিত কৰাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে।
  • ব্যৱসায়ীজনৰ পৰা ধনদাবী কৰাৰো অভিযোগ উত্থাপিত হৈছে।
  • বিএফডিএনএছ নামৰ ভুৱা সংগঠনৰ নামত ধন দাবীৰ অভিযোগ তেওঁৰ বিৰুদ্ধে।
  • ব্যৱসায়ীজনৰ দাবী কৰা ধনৰ পৰিমাণ আছিল ১০ লাখ টকা।
  • বৰ্তমান গোৰেশ্বৰ আৰক্ষীৰ জিম্মাত যুৱকজন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি