সোণ-ৰূপৰ গহনা ক্ৰয় কৰাৰ আগতে পঢ়ক…

সোণ-ৰূপৰ গহনা ক্ৰয় কৰাৰ আগতে পঢ়ক…
  • সোণ-ৰূপৰ মূল্যবৃদ্ধি অব্যাহত।
  • মঙলবাৰেও বৃদ্ধি পালে সোণ-ৰূপৰ মূল্য।
  • প্ৰতি ১০ গ্ৰাম সোণত বৃদ্ধি পালে ১২৫ টকা।
  • বৰ্তমান ১০ গ্ৰাম সোণৰ মূল্য ৩৩,৩২৫ টকা।
  • ইফালে বৃদ্ধি পালে ৰূপৰ মূল্যও।
  • প্ৰতি কেজি ৰূপত বৃদ্ধি পালে ২৫০ টকাকৈ।
  • বৰ্তমান প্ৰতি কেজি ৰূপৰ মূল্য ৩৯,৮৫০ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in