শেহতীয়া খবৰ
আৰক্ষী-নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত, জম্মু-কাশ্মীৰৰ আৱন্তিপোৰাত জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ আত্মগোপন...  •  কেনেকৈ ক্ৰয় কৰিব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ টিকট, মূল্য শুনিলেই আচৰিত হ'ব আপুনি...  •  কেনেকৈ ক্ৰয় কৰিব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ টিকট, মূল্য শুনিলেই আচৰিত হ'ব আপুনি...  •  আছুৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি থানাত ক্ষমা প্ৰাৰ্থনা বিজেপি বিধায়ক বিনোদ হাজৰিকাৰ ভাতৃৰ... VIDEO  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ  •  খেলো ইণ্ডিয়াত অসমৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িওৱা ভাস্কৰ গগৈক আমগুৰিত উস্ম আদৰণি, VIDEO  •  ৫ মাহৰ পাছত কাশ্মীৰত মুকলি 2G ইন্টাৰনেট সেৱা, কিন্তু ব্যৱহাৰ কৰিব পাৰিব কেৱল...  •  নিশা আৰক্ষীৰে সংঘৰ্ষত নিহত সুৰা মাফিয়া বেজু মহতো...

ভাল খবৰঃ হ্ৰাস পালে….

3,938

ডিজিটেল ডেস্কঃ সপ্তাহটোৰ প্ৰথমটোৰ দিনটোতে এটা ভাল খবৰ। সোমবাৰে সমগ্ৰ দেশত হ্ৰাস পালে সোণ-ৰূপৰ মূল্য। প্ৰতি ১০ গ্ৰাম সোণত ১৬৬ টকাকৈ হ্ৰাস পোৱাৰ সমান্তৰালভাৱে প্ৰতি কিলো ৰূপত ৪০২ টকাকৈ হ্ৰাস পাইছে। সোমবাৰে ৰাজধানী চহৰ দিল্লীত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৩৮,৭৭০ টকাৰ পৰা ৩৮,৬০৪ টকালৈ হ্ৰাস পোৱাৰ লগতে প্ৰতি কেজিত ৰূপৰ মূল্য ৪৫,৫৮০ টকাৰ পৰা হ্ৰাস পাই হৈছেগৈ ৪৫,১৭৮ টকা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি