শেহতীয়া খবৰ
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ...  •  বজাৰত প্ৰতি কেজি পিঁয়াজৰ দাম ২০০ টকা! ৰামবিলাস পাছৱানৰ বিৰুদ্ধে আদালতত গোচৰ…  •  বটদ্ৰৱাৰ ন-সত্ৰত কুৰুক্ষেত্ৰ যুদ্ধ ভাওনা...VIDEO  •  বটদ্ৰৱাৰ ন-সত্ৰত কুৰুক্ষেত্ৰ যুদ্ধ ভাওনা...VIDEO  •  দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড! নিহতৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি  •  পুৱাই জুবিনৰ পোষ্টঃ Nooooo CAB .we wl destroy it.  •  নাহৰকটীয়াত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা...  •  লাহোৰত ভয়ংকৰ বোমা বিস্ফোৰণ, নিহত ১  •  'ৰুদ্ৰশিখা'ৰ যোগেদি দ্বিতীয় অসম আন্দোলনৰ ঘোষণা আছুৰ নেতৃত্বত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ...VIDEO  •  হিমাচলপ্ৰদেশত নিয়ন্ত্ৰণহীন হৈ বাগৰিল বাছ, গুৰুতৰভাৱে আহত ১৪ যাত্ৰী...

সোণ বা ৰূপৰ গহনা ক্ৰয় কৰাৰ কথা ভাৱি আছে নেকি?

662

ডিজিটেল ডেস্কঃ সোণ বা ৰূপৰ গহনা ক্ৰয়ৰ কথা ভাৱি আছে নেকি? যদি ভাৱিছে তেন্তে কেইদিনমান অপেক্ষা কৰক, কিয়নো বিগত কেইটামান দিনত সোণ-ৰূপৰ দাম অতিপাত বৃদ্ধি পাইছে। যোৱা সপ্তাহত প্ৰতি ১০ গ্ৰাম সোণত বৃদ্ধি পাইছে ৭০০ টকাকৈ, ইয়াৰ বিপৰীতে প্ৰতি কেজি ৰূপত বৃদ্ধি পাইছে ১০০০ টকাকৈ। বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৩৮,৪৮৮ টকাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্য ৪৩,৯৩০ টকা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি