গোলাঘাটৰ ফলাফল, Updates

প্ৰতীকি ফটো
প্ৰতীকি ফটো

গোলাঘাটৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাঃ

  • ১৭খন আসনৰ ভিতৰত বিজেপিৰ দখলত ৯ আৰু কংগ্ৰেছৰ ৮খনত জয়লাভ।
  • খুমটাই জিলা পৰিষদত বিজেপিৰ মুনীন্দ্ৰ মোহন গগৈ।
  • কাজিৰঙা জিলা পৰিষদত বিজেপিৰ সীতা পানিক।
  • বোকাখাট জিলা পৰিষদত বিজেপিৰ চিৰাম দাস।
  • মহুৰা জিলা পৰিষদত বিজেপিৰ ৰশ্মি কাকতি।
  • ৰঙামাটি জিলা পৰিষদত বিজেপিৰ ৰঞ্জিত খণ্ডাইত।
  • দক্ষিণ হেঙেৰা জিলা পৰিষদত বিজেপিৰ ধৰিত্ৰী খাউণ্ড।
  • কঠালগুৰি জিলা পৰিষদত বিজেপিৰ অৰুণ গগৈ।
  • ব্ৰহ্মপুত্ৰ জিলা পৰিষদত বিজেপিৰ হেলিনা পেগু।
  • মৰঙী জিলা পৰিষদত বিজেপিৰ পূৰবী শৰ্মা।
  • বৰপথাৰ জিলা পৰিষদত কংগ্ৰেছৰ বিজয় ফুকন।
  • সৰুপথাৰ জিলা পৰিষদত কংগ্ৰেছৰ লাজৰুছ তপ্ন।
  • নৱজ্যোতি জিলা পৰিষদত কংগ্ৰেছৰ সবিতা নাৰ্জাৰী।
  • দৈয়াং জিলা পৰিষদত কংগ্ৰেছৰ অৰুণ ৰাজবংশী।
  • আঠগাঁও জিলা পৰিষদত কংগ্ৰেছৰ জিতেন বৰুৱা।
  • ৱাটিং জিলা পৰিষদত কংগ্ৰেছৰ লোহিত গগৈ।
  • ৰতনপুৰ জিলা পৰিষদত কংগ্ৰেছৰ ৰমিলা দাং।
  • দেৰগাঁও জিলা পৰিষদত কংগ্ৰেছৰ নিজৰা বৰুৱাৰ জয়লাভ।

পঞ্চায়ত সভাপতিৰ ১০২খন আসনৰ ফলাফল ঘোষণাঃ

বিজেপিঃ ৩৭

কংগ্ৰেছঃ ৩২

অগপঃ ১

১০২খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ফলাফলঃ

বিজেপিঃ ৪০

কংগ্ৰেছঃ ৩৩

অগপঃ ১২

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in