নুমলীগড়ৰ লৱনঘাটত অগ্নিকাণ্ড, জুইত জাহ গ’ল দোকান, VIDEO

নুমলীগড়ৰ লৱনঘাটত অগ্নিকাণ্ড, জুইত জাহ গ’ল দোকান, VIDEO
  • নুমলীগড়ৰ লৱনঘাটত অগ্নি কাণ্ড।
  • মনোহৰলাল আগৰৱালা নামৰ এজন ব্যক্তিৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুই।
  • ভস্মীভূত হ'ল গেলামাল থকা দোকানখন।
  • এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
  • অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ উপস্থিত হোৱাৰো অভিযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in