গোলঘাটৰ লাইফ লাইন নাৰ্চিং হোমৰ ৬গৰাকী স্বাস্থ্যকৰ্মী আক্ৰান্ত কোৰোনাত…

গোলঘাটৰ লাইফ লাইন নাৰ্চিং হোমৰ ৬গৰাকী স্বাস্থ্যকৰ্মী আক্ৰান্ত কোৰোনাত…
  • গোলাঘাটত কোৰোনাৰ ভয়ংকৰ সংক্ৰমণৰ ঘটনা সংঘটিত হৈছে।
  • গোলাঘাট নাৰ্চিং হোমৰ পাছত এইবাৰ আন এখন নাৰ্চিং হোমত কোৰোনাৰ সংক্ৰমণ।
  • গোলাঘাট লাইফ লাইন চিকিৎসালয়ৰ ৬ গৰাকী স্বাস্থ্য কৰ্মী কোভিড-১৯ পজিটিভ ঘটনা পোহৰলৈ আহিছে।
  • কেইদিনমান পূৰ্বে নাৰ্চিং হোমখনৰ মেনেজাৰ জয়ন্ত সিনহা নামৰ ব্যক্তিজন কোৰোনাত আক্ৰান্ত হৈছিল।
  • ইয়াৰ পাছত লাইফ লাইনৰ সকলো চিকিৎসক নাৰ্চ আৰু স্বাস্থ্য কৰ্মী স্বাৱ সংগ্ৰহ কৰাৰ পাছত শুকুৰবাৰে আহিল সেই খবৰটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in