গোলাঘাট চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি…

গোলাঘাট চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি…
  • গোলাঘাট শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি।
  • বিনা চিকিৎসাত দুৰ্ঘটনাগ্রস্ত যুৱকৰ মৃত্যুৰ অভিযোগ।
  • চিকিৎসালয়খন ঘেৰাও উত্তেজিত একাংশৰ।
  • দুৰ্ঘটনাত আহত হৈছিল ৰাজু শইকীয়া নামৰ যুৱকজন।
  • আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্রণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in