হৃদয়বিদাৰকঃ গোলাঘাটৰ অগ্নিকাণ্ডত প্ৰাণ গ’ল আইতাক-নাতিনীয়েকৰ…

হৃদয়বিদাৰকঃ গোলাঘাটৰ অগ্নিকাণ্ডত প্ৰাণ গ’ল আইতাক-নাতিনীয়েকৰ…
  • বৃহস্পতিবাৰে নিশা গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ড।
  • গোলাঘাটৰ জ্যোতিনগৰ ইটাখুলিত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • ঘটনাত গোলাঘাটত অগ্নিদগ্ধ হৈ মৃত্যু আইতাক আৰু নাতিনীয়েক।
  • মৃত আইতাকৰ নাম হৈছে ৰেণু ভূঞা আৰু কণমাণি নাতিনীয়েকৰ নাম শেৱালী ভূঞা।
  • খবৰনুসৰি অগ্নিকাণ্ডৰ বাবে ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছিল তেওঁলোক দুয়ো।
  • অগ্নিকাণ্ডৰ সময়ত ঘৰত অকলে আছিল আইতাক আৰু নাতিনীয়েক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in