গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল’লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম…

গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল’লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম…
  • গোলাঘাটৰ শালমৰা চাহ বাগিচাৰ শ্ৰমিকৰ মৃত্যুৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি ।
  • কিছু সময়ৰ পূৰ্বে শালমৰাৰ কুন্তি তাতি আৰু মালতি পুজৰৰ মৃত্যু ।
  • গোলাঘাটত নিশাৰ পৰা এই পৰ্যন্ত মৃত্যু ১৫ জন লোকৰ।

    মৃত্যু হোৱা লোকৰ ৪৬ জন লোকৰ নাম-

১.কাজল বাউৰী

২.মাইনু পুজৰ

৩.অনিল বাউৰী

৪.বিনন পুজৰ

৫.দুলু ৰয়

৬.জগত ফুকন

৭. বিমান কোঁৱৰ

৮.মমতা তাতিৰ

৯. কিশোৰ তাতি

১০.বাবলু ভক্ত

১১.চামৰা তাতি

১২.শুকুৰ মণি ভক্ত

১৩.কুন্তি তাতি

১৪.মালতি পুজৰ

১৫.চাজিদ আহমেদ

১৬.অগ্নি গোৱালা

১৭.দ্ৰোপদিওৰাং

১৮.বন্ধন বাউৰী

১৯.বেল ভূমিজ

২০.দুলাল ওৰাং

২১.শুকলাল পুজৰ

২২.এটোৱা পূজৰ

২৩.শান্তি পুজৰ

২৪.বিনতি ভক্টা

২৫.ললিতা পূজৰ

২৬.মীনা পূজৰ

২৭.সূনীতা পূজৰ

২৮.ধাতুৱাৰ তাতী

২৯. সঞ্জু ওৰাং

৩০.ভাকৰু পুজৰ

৩১.পিংকী বাউৰী

৩২.প্ৰবীন পুজৰ

৩৩.মন ঘাটোৱাৰ

৩৪.চেপ্তি কৰ্মকাৰ

৩৫.বিকাশ পুজৰ

৩৬.  মাংৰা কৰ্মকাৰ

৩৭.  আক্ৰি কৰ্মকাৰ

৩৮.  ঢেম্বু উৰাং

৩৯. গাঠলু বাকতি

৪০.সোনেশ্বৰ গগৈ

৪১.আনন্দ বৰা

৪২.সূৰেন গগৈ

৪৩. মণিৰাম দত্ত

৪৪.কমল গগৈ

৪৫.পাপু বৰা

৪৬.ললিত গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in