দুৰ্গা পূজাৰ মাজতে গোলাঘাটত অঘটন

দুৰ্গা পূজাৰ মাজতে গোলাঘাটত অঘটন
  • দুৰ্গা পূজাৰ আনন্দৰ মাজতে গোলাঘাটত সংঘটিত হ'ল অঘটন।
  • গোলাঘাট নগৰৰ ষ্টেচন ৰোডৰ এখন দোকানত ২ দুৰ্বৃত্তই চলালে আক্ৰমণ।
  • দুৰ্বৃত্তদ্বয় এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ আচবাব আৰু সামগ্ৰী ভাগি লণ্ড ভণ্ড কৰে।
  • দোকানখনৰ স্বত্তাধিকাৰ আলাউদ্দিনৰ পুত্ৰৰ বিৰুদ্ধে ইনভাৰ্টাৰৰ বেটাৰী চুৰি কৰাৰ অভিযোগতে সংঘটিত এই ঘটনা।
  • বেটাৰী চুৰিৰ অভিযোগ কৰি ১০হাজাৰ টকা দাবী কৰিছিল দুৰ্বৃত্ত দুজনে।
  • জনাব পৰা মতা, দাবী কৰা ধন নিদিয়াৰ বাবেই প্ৰহাৰ কৰিছিল আলাউদ্দিন নামৰ  লোকজনক।
  • দুৰ্বৃত্ত দুটাৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in