গোলাঘাটত ১৪৪ ধাৰা জাৰি, সম্পূৰ্ণৰূপে নিষিদ্ধ গাহৰিৰ মাংস বিক্রী

গোলাঘাটত ১৪৪ ধাৰা জাৰি, সম্পূৰ্ণৰূপে নিষিদ্ধ গাহৰিৰ মাংস বিক্রী
  • গোলাঘাটত জিলা প্রশাসনৰ ১৪৪ ধাৰা জাৰি।
  • জিলাখনত সম্পূৰ্ণৰূপে নিষিদ্ধ গাহৰিৰ মাংস বিক্রী।
  • ছোৱাইন ফ্লুৰ সংক্রমণৰ বাবেই জিলা প্রশাসনৰ এই নিৰ্দেশনা।
  • ১৪৪ ধাৰাৰ অধীনত নিষিদ্ধ কৰিছে গাহৰি মাংস বিক্রী।
  • ২২ আগষ্টলৈকে বাহাল থাকিব প্রশাসনৰ এই নিৰ্দেশনা।
  • নিৰ্দেশনা উলংঘনকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণৰ সকিয়নী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in